তেল মাফিয়া দীননাথৰ নেতৃত্বত নিতৌ ৪০–৫০ হাজাৰ লিটাৰ পেট্র’ল–ডিজেল চুৰি
নিয়মীয়া বাৰ্তা, ৩ জুনঃ নাগালেণ্ড আৰু মণিপুৰক কেন্দ্র কৰি সম্প্রতি অসমভূমিত গঢ়ি উঠিছে চোৰাং তেলৰ ক’লা বজাৰ৷ অসম–নাগালেণ্ড সীমান্তৰ কার্বি আংলঙৰ খটখটিক এখন অপৰাধ নগৰী হিচাপে গঢ়ি তুলি একাংশ অসাধু ব্যৱসায়ীয়ে চলাইছে বৃহৎ চোৰাং বজাৰ৷ স্বয়ং আৰক্ষীৰ পৃষ্ঠপোষকতাতে গঢ়ি উঠা এই চোৰাং বজাৰ নিয়ন্ত্রণ হয় নাগালেণ্ডৰ ডিমাপুৰৰ পৰা৷ আশ্চর্যজনক কথা এয়ে যে ডিমাপুৰৰ…
Read More...