অৰুণাচলত ৩০ হাজাৰ কোটিৰে হ’ব দেশৰ সর্ববৃহৎ নদীবান্ধ
নিয়মীয়া বাৰ্তা, ২৩ মে': চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশত নির্মাণ হ’ব দেশৰ সর্ববৃহৎ জলবিদ্যুৎ প্রকল্প৷ ২,৮৮০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম এই বৃহৎ নদীবান্ধটো সন্দর্ভত দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷
দুদিনীয়া ভ্রমণসূচীৰে কালি অৰুণাচল প্রদেশত উপস্থিত হোৱা কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কালি নামচাইত এহেজাৰ কোটি টকীয়া…
Read More...