বৰমৌৰ কামোৰত নাগালেণ্ডত মৃত্যু মেৰাপানীৰ ব্যক্তিৰ
নিয়মীয়া বার্তা, ২৫ এপ্রিলঃ মেৰাপানী আৰক্ষী থানাৰ অন্তর্গত ৰামপুৰৰ বুদ্ধিমান প্রধান (৬৫) নামৰ ব্যক্তিজনৰ নাগালেণ্ডৰ ৱখা জিলাৰ বাক্টি বস্তিত বৰমৌৰ কামোৰত বৃহস্পতিবাৰে নিশা মৃত্যু হয় ৷ বাতৰি মতে, বুদ্ধিমান প্রধানে ৰামপুৰৰ পৰা গৈ বাক্টিৰ এখন চাহবাগানত চকীদাৰ হিচাপে নিয়োজিত হৈ আছিল ৷ বৃহস্পতিবাৰে দিনত পত্নীসহ পাহাৰত খৰি লুৰিবলৈ যাওঁতে বৰমৌৱে দুয়োকে…
Read More...