অ’টিঙৰ গুলীচালনাৰ ঘটনাৰ তদন্তৰ দায়িত্ব এছআইটিক
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ: নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৱর্তী মন জিলাৰ অ’টিং নামৰ গাঁওখনত নিৰাপত্তা বাহিনীৰ নির্বিচাৰ গুলীচালনাত ১৫জন শ্রমিক নিহত হোৱাৰ ঘটনাক লৈ গভীৰ শোক প্রকাশ কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ এই ঘটনা সংঘটিত হোৱাৰ সময়ত ৰাজস্থানৰ জয়ছালমেৰত সীমা সুৰক্ষা বাহিনীৰ (বি এছ এফ) ৫৭সংখ্যক প্রতিষ্ঠা দিৱসত উপস্থিত থকা গৃহমন্ত্রী অমিত…
Read More...