কোৰিয়া–ম্যানমাৰৰ কোটি টকাৰ ৫৫ কার্টন চিগাৰেট উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তর্গত নিত্য বজাৰৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা যোৱানিশা বইটামাৰী আৰক্ষীয়ে এখন ট্রাক জব্দ কৰি ৫৫ কার্টন বিদেশৰ পৰা অনা চিগাৰেট উদ্ধাৰ কৰে৷ জানিব পৰা মতে বইটামাৰী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া আনন্দ ডেকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোপন সূত্রে তথ্য লাভ কৰি যোৱানিশা নিত্য বজাৰত অভিযান…
Read More...