অসম–মিজোৰামৰ সীমা বিবাদক লৈ প্রধানমন্ত্রী মোদীৰ আশংকাঃ সীমান্তত হিংসাৰ সুযোগ ল’ব দেশবিৰোধীয়ে
নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ আন্তঃৰাষ্ট্রীয় তথা দেশবিৰোধী শক্তিয়ে অসম–মিজোৰাম সীমান্তৰ শেহতীয়া হিংসাত্মক ঘটনাৰ সুযোগ ল’ব পাৰে৷ এই আশংকা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ মঙলবাৰে উত্তৰ–পূর্বাঞ্চলৰ বিজেপি সাংসদসকলৰ সন্মুখত প্রধানমন্ত্রীয়ে এই আশংকা ব্যক্ত কৰে৷ আন্তঃৰাষ্ট্রীয় তথা দেশবিৰোধী শক্তিয়ে যাতে অসম–মিজোৰাম সীমা সমস্যাৰ সুযোগ ল’ব নোৱাৰে, তাৰ বাবে…
Read More...