কাৰিকৰী সমস্যাৰ সমাধান : শীঘ্ৰে কাৰ্যক্ষম হ’ব ছিকিমৰ পাকয়ং বিমানবন্দৰ
নিউজ ডেস্ক, ২৩ মে' : বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আশ্বাস দিছে যে ছিকিমৰ পাকয়ং বিমানবন্দৰ অতি সোনকালে কাৰ্যক্ষম হ’ব, কাৰণ সকলো কাৰিকৰী সমস্যা সক্ৰিয়ভাৱে সমাধান কৰা হৈছে।
কাৰিকৰী সমস্যাৰ বাবে প্ৰায় দুবছৰ ধৰি গ্ৰীণফিল্ড বিমানবন্দৰ কাৰ্যক্ষম হৈ থকা নাই যদিও মন্ত্ৰীগৰাকীয়ে এই সমস্যাসমূহ অতি সোনকালে সমাধান হ’ব বুলি আশা প্ৰকাশ…
Read More...