বর্ণিল কার্যসূচীৰে সামৰণি দ্বিতীয় নর্থ–ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ
বর্ণাঢ়্য কার্যসূচীৰ সামৰণি পৰিল গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় নর্থ– ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ৷ উদয়াচলৰ উদ্যোগত পেৰা অলিম্পিক কমিটী অৱ ইণ্ডিয়াৰ অধীনত তথা পেৰা অলিম্পিক এছ’চিয়েচন অৱ আছামৰ সহযোগত ২৭ নৱেম্বৰৰ পৰা মহানগৰীৰ তিনিটা ভেন্যুত অনুষ্ঠিত হৈছিল বিশেষভাৱে সক্ষম ল’ৰা–ছোৱালীৰ বাবে আয়োজিত প্রতিযোগিতাখন৷
উল্লেখ্য যে উত্তৰ–পূর্বাঞ্চলৰ ৭খন ৰাজ্যৰ ৭০০ৰো…
Read More...