অৰুণাচলী সুৰাৰ অবৈধ বিক্ৰীক লৈ গুৱাহাটীত মন্ত্ৰীস্তৰীয় বৈঠক
🎯 অবৈধ সুৰাৰ বিক্ৰী ৰোধত পাৰস্পৰিক সহযোগিতাৰ সিদ্ধান্ত,
🎯 দুয়ো ৰাজ্যৰ আৱকাৰী বিভাগৰ মাজত হ'ব তথ্যৰ ক্ষিপ্ৰ আদান-প্ৰদান
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জুনঃ অসমত অৰুণাচলী সুৰাৰ অবৈধ বিক্ৰী ৰোধৰ ক্ষেত্ৰত অসম চৰকাৰক পূৰ্ণ সহযোগিতা আগবঢ়াব অৰুণাচল প্ৰদেশ চৰকাৰে। গুৱাহাটীত আজি অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইন আৰু অসমৰ আবকাৰী মন্ত্ৰী কেশৱ…
Read More...