নৰ্থ ইষ্ট গেছ বিতৰণ কোম্পানীৰ মুখ্য কাৰ্যবাহী পদত মনোজ কুমাৰ বৰুৱা
নিউজ ডেস্ক, ১৮ আগষ্ট : দেশৰ মহাৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেড আৰু অসম গেছ কোম্পানী লিমিটেডৰ যুটীয়া উদ্যোগ প্ৰতিষ্ঠান হিচাপে গঢ় লোৱা উত্তৰ-পূব গেছ বিতৰণ কোম্পানী লিমিটেডৰ (North East Gas Distribution Company Limited) মুখ্য কাৰ্যবাহী বিষয়াৰ পদত নিযুক্তি লাভ কৰিছে মনোজ কুমাৰ বৰুৱাই। ১৬ আগষ্টত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে এই দায়িত্ব অৰ্পণ…
Read More...