কলহী নৈৰ বাঢ়নী পানীৰ সংহাৰী ৰূপ : কৃষকৰ মাজত হাহাকাৰ
🔹 সোণতলীৰ জাওকাটা অঞ্চলৰ শ শ বিঘা ইৰিধান পানীৰ তলত
নিয়মীয়া বাৰ্তা, সোণতলী, ১ জুন : ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলী অঞ্চলৰ কেইবাখনো গাঁও সম্প্ৰতি বানৰ কবলত পৰিছে। বিগত কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কলহী নৈৰ পানী উফন্দি উঠাত নৈপৰীয়া অঞ্চলসমূহ বানৰ কবলত পৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত বানে কাল ৰূপ ধাৰণ কৰাত ৰাইজৰ মাজত…
Read More...