ঈদৰ উছাহৰ মাজতে ধুবুৰীত যুৱকৰ দলৰ তাণ্ডৱ, গুৰুলা গুৰুলকৈ প্ৰহাৰ যুৱকক
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৯ মে' : ঈদৰ উছাহৰ মাজতে কালি নিশা ধুবুৰীত এটা উদণ্ড যুৱকৰ দলে এজন যুৱকক নিৰ্মমভাৱে মাৰপিট কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কালি নিশা ৭.৩০ মান বজাত ধুবুৰী চহৰৰ ১নং ৱাৰ্ডস্থিত ৰাজীৱ ভৱনৰ সমীপৰ জিটিবি ৰোডত ৮-১০ জনীয়া এটা যুৱকৰ দলে এজন যুৱকক মাৰপিট কৰা প্ৰত্যক্ষ কৰি অঞ্চলটোৰ একাংশ লোকে আৰক্ষীক খবৰ দিয়ে।
খবৰ…
Read More...