বাহনৰ টোলটেক্স সংগ্ৰহত ব্যাপক খেলিমেলি, গুৱাহাটীৰ ঘৰত থকা বাহনৰ টোলটেক্স কাটিলে ৰহাত
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মাৰ্চঃ ৰাজ্যৰ একাংশ টোলগেটত বাহনৰ টোলটেক্স সংগ্ৰহৰ ক্ষেত্ৰত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ ৰহা আৰু সোণাপুৰত টোল টেক্স সংগ্ৰহৰ নামত ব্যাপক খেলিমেলি সংঘটিত হৈছে। সংশ্লিষ্ট পথেৰে পাৰ নোহোৱাৰ পিছতো বাহনৰ গৰাকীৰ পৰা ফাষ্টেগৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। প্রাপ্ত অভিযোগ অনুসৰি…
Read More...