বলিন চেতিয়াক মন্ত্ৰিত্ব প্ৰদানৰ দাবী সমষ্টিবাসীৰ
যোৱা ৯ এপ্ৰিলত অসমত হোৱা সাধাৰণ নিৰ্বাচনৰ যোৱা ৪ মেত ঘোষিত ফলাফলত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিয়ে নিৰঙ্কুশ সংখ্যাাগৰিষ্ঠতা লাভ কৰি অসমত পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল ৷
ৰাজ্যৰ অন্যান্য বিধানসভা সমষ্টিৰ দৰেই উজনিৰ ৮১ নং শদিয়া সমষ্টিটোতো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বলিন চেতিয়াই বিৰোধী পক্ষৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জগদীশ ভূঞাক একচল্লিশ…
Read More...