বালিপৰাত বিহু নাচ-ঢোলবাদনৰ কৰ্মশালা, বালিপৰা ৰঙালী বিহু মেলা উদযাপন সমিতিৰ উদ্যোগ
নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ : শোণিতপুৰৰ বালিপৰাত ৭০ সংখ্যক সদৌ বালিপৰা ৰঙালী বিহু মেলা উদযাপন সমিতিৰ বলিষ্ঠ উদ্যোগত আৰু বালিপৰীয়া ৰাইজৰ সহযোগত বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা শুভাৰম্ভ কৰা হয়। বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কৰ্মশালা শুভাৰম্ভ কৰে অঞ্চলটোৰ জ্যেষ্ঠ সমাজকৰ্মী ,সংস্কৃতিৰ সাধক ক্ৰমে বালিগাঁৱৰ ভাবিৰাম মেধি আৰু এৰাগাঁৱৰ ধনেশ্বৰ…
Read More...