নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

পুৱাই নগাঁৱত অঘটন : কলঙত পৰি দশম শ্ৰেণীৰ ছাত্ৰীৰ অকাল বিয়োগ

ডিজিটেল ডেস্ক, ১৯ মে' : নগাঁও জিলাত পুৱাই সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ASTCৰ সমীপৰ দলঙৰ পৰা কলং নদীত পৰি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে, ঘটনাৰ পিছতে স্থানীয় লোকে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে পৰীক্ষা কৰি ছাত্ৰীগৰাকীক মৃত…
Read More...

অস্বাভাৱিক দামবৃদ্ধি কৰিলেই বাতিল হ’ব ট্রেড লাইচেঞ্চ, মূল্যবৃদ্ধিক লৈ কঠোৰ ড০…

ডিজিটেল ডেস্ক, ১৯ মে’ : ইন্ধনজাত সামগ্রীৰ দামবৃদ্ধিৰ পিছতে বজাৰত অত্যাৱশ্যকীয় সামগ্রীৰ অস্বাভাৱিক দামবৃদ্ধিয়ে…

লালুকত হৃদয়বিদাৰক ঘটনা : ৮ বছৰীয়া কিশোৰীৰ চৰম পথ

লালুকত এগৰাকী ৮ বছৰীয়া কিশোৰী ঘৰৰ ভিতৰত ডিঙিত দুপাট্টা মেৰিয়াই মাটিত পৰি মৃত অৱস্থাত উদ্ধাৰ কৰা হৃদয় বিদাৰক ঘটনা…

কাছাৰৰ আৰকাটিপুৰ চাহ বাগিচাত মৰ্মান্তিক ঘটনা

কাছাৰ জিলাৰ উধাৰবন্দ সমষ্টিৰ অন্তৰ্গত আৰকাটিপুৰ চাহ বাগিচাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। ফুটবল খেলি পথাৰৰ কাষৰে…

বৰপেটা আৰক্ষীৰ জালত পৰিল কুখ্যাত প্ৰৱঞ্চক ধৰ্মেশ্বৰ

বৰপেটা আৰক্ষীৰ জালত পৰিছে এজন কুখ্যাত প্ৰৱঞ্চক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু লোকক প্ৰৱঞ্চনা কৰি লাখ লাখ টকা আত্মসাত…

মুখ্যমন্ত্রীৰ অ’এছডি হিচাপে পুনৰ নিযুক্তি নৱজিৎ পাটগিৰিক

মুখ্যমন্ত্রীৰ সচিবালয়ে প্রকাশ কৰা এক নির্দেশযোগে উল্লেখ কৰা হৈছে নৱজিৎ পাটগিৰিক মুখ্যমন্ত্রীৰ বিশেষ কর্তব্যৰত…

ছাত্ৰীৰ অভিযোগৰ ভিত্তিত তেজপুৰত শিক্ষক গ্ৰেপ্তাৰ

তেজপুৰৰ এখন ঐতিহ্যমণ্ডিত চৰকাৰী বিদ্যালয়ৰ দুগৰাকী ছাত্ৰীৰ অভিযোগৰ ভিত্তিত বিদ্যালয়খনৰ এজন শিক্ষকক গ্ৰেপ্তাৰ কৰিছে…

কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰে বুজাবুজি চুক্তি ৰাজেন্দ্রনাথ তালুকদাৰ স্মৃতি ন্যাসৰ

ডিজিটেল ডেস্ক, ১৬ মে’ : গ্রামাঞ্চলৰ কর্কট ৰোগীৰ সচেতনতা, প্রাৰম্ভিক পর্যায়ত কর্কট ৰোগ চিনাক্ত কৰা আৰু ৰোগীসকলৰ…

চিৰাঙৰ বিজনীত বিজেপি নেতাৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ

ডিজিটেল ডেস্ক, ১৬ মে' : চিৰাং জিলাৰ বিজনী মহকুমাত মাজনিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ১৮নং মানাস ছেৰফাং মণ্ডল…