নুৰুল হুদাক শীঘ্রে জেৰা কৰিব দিছপুৰ আৰক্ষীয়ে, বিধায়ক পদ খাৰিজৰ দাবী বিজেপিৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক প্রহাৰক লৈ ক্রমাৎ বিপদৰ সন্মুখীন হৈছে কংগ্রেছ বিধায়ক নুৰুল হুদা৷ সোমবাৰে কংগ্রেছৰ প্রতিবাদক কেন্দ্র কৰি সৃষ্টি হোৱা এক অবাঞ্ছিত ঘটনাত উপাধ্যক্ষ নোমল মমিনক নুৰুল হুদাই প্রহাৰ কৰা বুলি অভিযোগ উঠিছিল৷ বিষয়টো সন্দর্ভত ইতিমধ্যে ডাঃ নোমল মমিনে দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰিছে৷ আৰক্ষীয়ে…
Read More...