ড০ শর্মাৰ লগত আজি শপত ল’ব আন চাৰি জ্যেষ্ঠ নেতাই
ডিজিটেল ডেস্ক, ১২ মে’ : সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত অভিলেখ জনাদেশৰ পিছত আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰা খেলপথাৰত মহা আড়ম্বৰেৰে আয়োজন কৰা অনুষ্ঠানত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই।
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রীৰূপে আজি শপত ল’ব লগা ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে কোন কোন…
Read More...