পাকিস্তান-ৰ সমৰ্থকৰ ভোট আমাক নালাগে
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ এপ্ৰিলঃ পাকিস্তান-ৰ সমৰ্থকৰ ভোট আমাক নালাগে। কংগ্ৰেছ দলে টিকটৰ লগত এখন এখন দুৰ্নীতিৰ লাইচেন্স দি দিছে। কংগ্ৰেছ দলক আপোনালোকে ভোট নিদিব। কংগ্ৰেছ দলক ভোট দি লাভ নাই। আমি ৰাষ্ট্ৰবাদী মানুহ সকলোৰে ভোট বিচাৰিম। আপোনালোকে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়ক।- এই আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ।
আজি ৰহাত চাপৰমুখ জিলা পৰিষদ…
Read More...