গুৱাহাটী বিশ্ববিদ্যালয় ৰ সমাৱর্তনত অংশগ্ৰহণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
অসম এতিয়া সূৰুযৰ নতুন পোহৰে স্নান কৰা শক্তিশালী ৰাজ্যঃ মুখ্যমন্ত্রী
পৰিৱর্তিত অসমৰ অশ্বমেধ যাত্রাক গুৱাহাটী বিশ্ববিদ্যালয়ে আগুৱাই লৈ যাব লাগিবঃ মুখ্যমন্ত্রী
গুৱাহাটী বিশ্ববিদ্যালয়ে এনে মানৱ সম্পদ নির্মাণ কৰিব লাগিব যাতে দেশৰ বিকাশত অর্থৱহ অৰিহণা আগববাব পাৰেঃ মুখ্যমন্ত্রী
অহা পাঁচ বছৰত প্রতিবছৰে এক নির্দিষ্ট বাজেটৰ মাজেৰে ২৫০ কোটি টকা গুৱাহাটী…
Read More...