টীয়কত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ, যোৰহাটত জুনত পাব লাখপতি বাইদেউৰ ধন
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : আজি মৰিয়নি সমষ্টিৰ অন্তৰ্গত টীয়কত অনুষ্ঠিত এক নিৰ্বাচনী সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত হৈ প্ৰথম ৰাইজক বিহুৰ ওলগ জ্ঞাপন কৰে। উক্ত সভাত প্ৰথমে ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে পেহেলগ্ৰামৰ নৰকীয় কাণ্ডৰ দোষীক কঠোৰ শাস্তিৰ দাবীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আহ্বান জনায়।এই সন্দৰ্ভত অসমবাসীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক…
Read More...