আজিৰ দিনটোৰ ৰাশিফল
আজি ২০ এপ্রিল, ব’হাগ মাহৰ ৬ তাৰিখ
দেওবাৰ : তিথি– কৃষ্ণা সপ্তমী, নক্ষত্র : পূর্বাষাঢ়া, যাত্রা : নাই
মেষ : পুৱাৰ ভাগত মনটো উদ্বেগজনক দেখা যাব৷ ভ্রমণ কৰিব পাৰে৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক৷ প্রেমত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ১৷
বৃষ : দিনটো বৰ উন্নত নহয়৷ আনৰ দুখত মন বেয়া হ’ব পাৰে৷ আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল৷ দাম্পত্যত শুভ৷ শুভ ৰং…
Read More...