শিমলীতোলাত মালিক পক্ষৰ বিৰুদ্ধে কেইবাশ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
🔹 চাহ বাগিচাত শোষণ-বঞ্চনা, স্বৈৰাচাৰিতাৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : গোৱালপাৰাৰ শিমলীতোলা শশী কুমাৰ চাহ বাগিচাত মঙলবাৰে পুৱাতেই সাব্যস্ত হয় উত্তাল প্ৰতিবাদ। বাগিচাখনত নিয়োজিত নিয়মীয়া শ্ৰমিক-মজদুৰসকলে মালিক পক্ষৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ | মালিক পক্ষৰ বিৰুদ্ধে শোষণ-বঞ্চনা আৰু স্বৈৰাচাৰিতাৰ অভিযোগ উত্থাপন কৰে বাগিচাৰ শতাধিক শ্ৰমিকে…
Read More...