পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি… ৭ মহীয়া অন্তঃসত্ত্বা পত্নীৰে অঘটন
ডিজিটেল ডেস্ক, ১ মে' : শিলচৰৰ মধুৰবন্ধত সংঘটিত হৈছে এক জঘন্য তথা মানৱতাক লজ্জানত কৰা হত্যাকাণ্ড। পৰকীয়া প্ৰেমৰ পৰিণতিত এগৰাকী ৭ মহীয়া অন্তঃসত্ত্বা মহিলাক অতি নিষ্ঠুৰভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে নিজ স্বামীৰ বিৰুদ্ধে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, কাছাৰ জিলাৰ জিৰিঘাট দীঘলিৰ বাসিন্দা…
Read More...