আহিনত নহয়, আঘোণত চিলাপথাৰত দুৰ্গা পূজা উদযাপন
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ চিলাপথাৰ অঞ্চলৰ অন্তৰ্গত ২নং কাৰেং গাঁৱত আঘোণ মাহত আয়োজিত ৩৭সংখ্যক শ্ৰী শ্ৰী কন্তানী অৰ্থাৎ দশভূজা দুৰ্গাৰ পূজাৰ সোমবাৰে সামৰণি পৰিল। কাৰেং গাওঁৰ 'ঘোষ' পৰিয়ালৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত চাৰিদিনীয়া বৰ্নিল কাৰ্যসূচীৰে আয়োজন কৰা হ'ল এই আবতৰীয়া দশভূজাৰ পূজা। অন্তিম দিনা ওৰেটো নিশা ঢাক-ঢ়োলৰ উত্তাল শব্দ, আমন্ত্ৰিত…
Read More...