চিৰাঙত উত্তপ্ত পৰিস্থিতি, বনাঞ্চল বেদখলক লৈ ৰেঞ্জ অফিচ ঘেৰাও
চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ অফিচত সংৰক্ষিত বনাঞ্চল বেদখলক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। আটক কৰি অনা লোকসকলক মুকলি কৰি দিয়াৰ দাবীত স্থানীয় মহিলা সহ ৰাইজে ৰুণীখাতা ৰেঞ্জ অফিচ ঘেৰাও কৰে, যাৰ ফলত এলেকাটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
প্ৰাপ্ত তথ্য অনুসৰি, ৰুণীখাতা ৰেঞ্জৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰাৰ অভিযান…
Read More...