টুপামাৰীত নবোৱাৰীৰ ৰহস্যজনক আত্মহত্যা, তীব্ৰ ৰহস্য
নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ : কামৰূপৰ টুপামাৰী আৰক্ষী চকীৰ অধীনস্থ নতুন বদলাত অঘটন। স্বামীগৃহত ন-বোৱাৰীৰ আত্মহত্যা। ৰহস্যজনকভাবে মৃতদেহ মাটিলৈ নমায়ে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই স্বামী আৰু শহুৰেকৰ পলায়ন। বোৱাৰী গৰাকীৰ নাম পাৰৱীন চুলতানা (২০)। আজিৰে পৰা প্ৰায় বিশ দিন মানৰ পূৰ্বে টুপামাৰী বদলা গাঁৱৰ আব্দুল গফুৰৰ পুত্ৰ নজৰুল ইছলামে পাৰৱীন চুলতানাক হাজো…
Read More...