মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ জুবিন গাৰ্গ অনুৰাগী মঞ্চৰ
ডিজিটেল ডেস্ক, ১৮ এপ্রিল : প্রাণৰ শিল্পী জুবিন গার্গৰ গীত বিহু মঞ্চত বিকৃত ৰূপত উপস্থাপন কৰাক লৈ অৱশেষত শনিবাৰে (১৮ এপ্ৰিল) দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে সদৌ অসম জুবিন গাৰ্গ অনুৰাগী মঞ্চই।
উল্লেখ্য যে প্রাণৰ শিল্পী জুবিন গাৰ্গবিহীন ব’হাগক লৈ ৰাজ্যজুৰি অগণিত অনুৰাগীয়ে শোকত বিহ্বল হোৱাৰ সময়তে শিল্পীগৰাকীৰ সৃষ্টিৰাজিক বিহুৰ মঞ্চত বিকৃত ৰূপত…
Read More...