পুৱতি নিশা লংকাত আৰক্ষী-গৰু চোৰৰ মাজত গুলীয়াগুলী
🔹 শ্ৰীমন্ত শংকৰদেৱ নগৰত গুলীবিদ্ধ ১, উদ্ধাৰ পিষ্টল-সক্ৰিয় গুলী
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰ : আজি পুৱতি নিশা হোজাই জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত আৰক্ষী আৰু চোৰাং গৰু সৰবৰাহকাৰীৰ মাজত সংঘটিত এক গুলীচালনাৰ ঘটনাত ১জন গৰু চোৰ আঘাতপ্ৰাপ্ত হয় । উদ্ধাৰ হৈছে গৰু পোৱালিভৰ্তি এখন ছুইফট বাহনৰ লগতে এটা ৭.৬৫ এম এম পিষ্টল, দুই জাঁই সক্ৰিয় গুলী আৰু দুটা…
Read More...