ৰেচন কাৰ্ড থকা পৰিয়ালৰ মূল মানুহজনক জীৱন বীমা দিব চৰকাৰে
🔹 লখিমপুৰত ৭ লাখ ভোটত জয়ী হ'ব প্ৰদান বৰুৱা : জয়ন্ত মল্ল বৰুৱা
বিশেষ বাৰ্তা, ৬ এপ্ৰিল : আজি অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ধেমাজি জিলাৰ বৰদলনি কলিতা গাঁৱত এখন বিশাল নিৰ্বাচনী সভাত জনসাধাৰণক সম্বোধন কৰি লখিমপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্রার্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰতিকূল বতৰকো নেওচি উপস্থিত হোৱা জনগণক…
Read More...