ধুবুৰীৰ অশোকাষ্টমী মেলাৰ সমীপত পেলনীয়া সামগ্ৰীৰ বিশাল স্তূপ
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ অহা ১৬ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ধুবুৰীৰ ঐতিহ্যমণ্ডিত অশোকাষ্টমী মেলা। প্ৰতিবছৰে অশোকাষ্টমী স্নানৰ দিনা আৰম্ভ হোৱা এই মেলাখনে এইবেলি ৫৪ বছৰত ভৰি দিব। উল্লেখ্য যে, এই মেলাখনত কেৱল ধুবুৰী জিলা অথবা পশ্চিম অসমৰ উপৰিও চুবুৰীয়া পশ্চিমবংগ আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰাও সমাগম ঘটে ৰাইজৰ। অশোকাষ্টমী স্নান…
Read More...