লাওখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ : লাওখোৱা তিনিআলিত আজি পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তেজপুৰৰ পৰা নগাঁও অভিমুখে আহি থকা এখন তীব্ৰবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে ৷ তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নগাঁও-নলতলি ৰাজ্যিক ঘাইপথত বাগৰি পৰে বিদ্যুতৰ খুঁটা ৷ যাৰ বাবে পথটোত বহু সময়ৰ বাবে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰে ৷…
Read More...