সেৰফানগুৰিত শ্বহীদ সহদেৱ চন্দ্ৰ ৰায়ৰ ১৭তম শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰ : দেশমাতৃৰ সেৱাত প্ৰাণ আহুতি দিয়া চিআৰপিএফৰ ১২৯নং বেটেলিয়নৰ শ্বহীদ হাবিলদাৰ সহদেৱ চন্দ্ৰ ৰায়ৰ ১৭তম মৃত্যু দিৱস উপলক্ষে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কোকৰাঝাৰ জিলাৰ সেৰফানগুৰিত অনুষ্ঠিত কৰে । উক্ত অনুষ্ঠানত চিআৰপিএফৰ শ্বহীদ হাবিলদাৰ সহদেৱ চন্দ্ৰ ৰায়ৰ পৰিয়ালৰ সদস্য-সদস্যাৰ লগতে চিআৰপিএফৰ ১২৯নং বেটেলিয়নৰ কমাণ্ডেন্ট সঞ্জীব কুমাৰৰ…
Read More...