লখিমপুৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা ৰেচম কৃষি প্ৰদৰ্শনী
অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাণ্ডলিক গৱেষণা কেন্দ্ৰ (AAU-ZRS), উত্তৰ লখিমপুৰৰ উদ্যোগত আৰু গ্ৰাম্য ৰেচম কৰ্ম অভিজ্ঞতা কাৰ্যসূচীৰ পৰ্যবেক্ষক ড° বীথিকা ফুকনৰ তত্বাবধানত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰেচম মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰাম্য ৰেচম কৰ্ম অভিজ্ঞতা কাৰ্যসূচীৰ অধীনত মাণ্ডলিক গৱেষণা কেন্দ্ৰ, উত্তৰ লখিমপুৰত আজি এখন…
Read More...