গুৰুজনাৰ বিশাল কৰ্মৰাজিয়ে অসমীয়া জাতিক সমৃদ্ধিশালী কৰিছে : মুখ্যমন্ত্ৰী
👉ৰঙিয়াত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
👉শংকৰদেৱ সমগ্ৰ ভাৰতীয় সনাতন-সংস্কৃতিৰ আপুৰুগীয়া সম্পদ
👉মহাপুৰুষজনাৰ আদৰ্শক সাৰোগত কৰিব নোৱাৰা আজমলৰ দৰে ব্যক্তিক নিমন্ত্ৰণ নকৰাৰ বাবে সংঘক আহ্বান
👉চৰকাৰৰ ফালৰ পৰা সংঘৰ 'থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ ছ'চাইটী'ৰ বাবে ৩ কোটি মূলধন ঘোষণা
নিয়মীয়া বাৰ্তা, ১১…
Read More...