কঠোৰ মুখ্যমন্ত্ৰী : মন্ত্ৰী-চৰকাৰী বিষয়াক প্ৰিপেইড বিদ্যুতৰ মিটাৰ লগোৱাৰ নিৰ্দেশ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ ঘোষণা ছচিয়েল মিডিয়াত সদৰী কৰিছে। সেই অনুসৰি এতিয়াৰে পৰা চৰকাৰী বিষয়া তথা মন্ত্ৰীৰ বাসগৃহতো প্ৰিপেইড বিদ্যুতৰ মিটাৰ লগাবলৈ নিৰ্দেশ দিয়া হৈছে। ছচিয়েল মিডিয়াত দিয়া তেওঁৰ পোষ্টৰ ভাষ্য এনেধৰণৰ- শেহতীয়াকৈ শক্তি বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত মোক…
Read More...