পত্নীৰ পৰকীয়া প্ৰেমত কৰুণ মৃত্যু আৰক্ষী জোৱান স্বামীৰ
🔹 চৰাইদেউত দহ মাহৰ অন্তত আৰক্ষীয়ে খান্দি উলিয়ালে মৃতদেহ
নিয়মীয়া বাৰ্তা , চৰাইদেউ, ১৪ জুন : পৰকীয়া প্ৰেমৰ বাবে একাংশ ছলনাময়ী বিবাহিতা নাৰীয়ে প্ৰেমিকৰ সহায়ত স্বামীক হত্যা কৰাৰ ঘটনা শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰাৰ সময়তে চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰহদৈ আলি নিমাইগড় হাবি গাঁৱৰ এগৰাকী আৰক্ষী জোৱানে পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে কৰুণ মৃত্যুক…
Read More...