জোনাইত নাহৰ নৈৰ মথাউৰি ছিঙি বিস্তীর্ণ অঞ্চল প্লাৱিত, ক্ষতিগ্ৰস্ত কেইবাখনো গাঁও
অসম আৰু অৰুণাচল প্ৰদেশত বিগত দুদিন ধৰি অব্যাহত থকা নেৰানেপৰা বৰষুণৰ ফলত জোনাইৰ নাহৰ নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নৈখনৰ প্ৰবল সোঁতৰ চাপত দুই নং অমৰপুৰ পাংগিং গাঁৱৰ সমীপত থকা মথাউৰিৰ প্ৰায় ৫০ মিটাৰ অংশ ছিঙি যোৱাত বিস্তীর্ণ অঞ্চল বানপানীত প্লাৱিত হোৱা পৰিলক্ষিত হৈছে।
জানিব পৰা মতে, হঠাৎ বৃদ্ধি পোৱা নাহৰ নৈৰ বাঢ়নী পানীয়ে মথাউৰিৰ বৃহৎ অংশ উটুৱাই…
Read More...