ড০ ভূপেন হাজৰিকাৰ আজি পুণ্যতিথি
🔹 ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ
🔹ড০ লক্ষহীৰা দাসলৈ ড০ ভূপেন হাজৰিকা বঁটা
ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ নৱেম্বৰ : অসমীয়া জাতীয় জীৱনৰ হিয়াৰ আমঠু সুধাকণ্ঠ, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ আজি পুণ্যতিথি৷ ৰাজ্যজুৰি জনসাধাৰণে সুধাকণ্ঠৰ মহাপ্রয়াণৰ এই দিনটো স্মৰণীয় কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে ৷ ২০১১ বর্ষৰ ৫ নৱেম্বৰৰ দিনটোতে অসমীয়া জাতিটোক কন্দুৱাই…
Read More...