লাহৰীঘাটত চাইবাৰ অপৰাধী মুজাহিদুলক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ জালত পৰিছে এটা চাইবাৰ অপৰাধী। যোৱানিশা মহামাৰী গাঁৱত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চাইবাৰ অপৰাধীটোক। অপৰাধীটোৰ পৰা জব্দ কৰে উত্তৰ লখিমপুৰ উপায়ুক্তৰ ছীল। ধৃত চাইবাৰ অপৰাধীটোৰ নাম মুজাহিদুল ইছলাম। ধৃত চাইবাৰ অপৰাধীটোৰ পৰা ভুৱা পেন কাৰ্ড, আধাৰকাৰ্ড জব্দ কৰে আৰক্ষীয়ে।
প্ৰেৰক আবুল কালাম
Read More...