বালিপৰাত নৱজাগৰণ দুৰ্গা পূজাৰ ৰূপালী জয়ন্তী
নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰৰ বালিপৰাতো শাৰদীয় দুৰ্গোৎসৱ আয়োজন কৰা হৈছে। বালিপৰা লখিমপুৰ পথৰ দাঁতি পূজা অনুষ্ঠিত কৰি অহা নৱজাগৰণ দুৰ্গা পূজা সমিতিৰ এইবেলি ৰূপালী জয়ন্তী বৰ্ষৰ দুৰ্গা পূজা। নৱজাগৰণ শ্ৰীশ্ৰীদুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত ২০ অক্টোবৰৰপৰা ২৪ অক্টোবৰলৈ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী…
Read More...