নগাঁৱত চন্দ্ৰযান-৩ৰ আৰ্হিত ৫০ ফুট উচ্চতাৰ মুখ্য প্ৰৱেশদ্বাৰ
নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ : বিগত বৰ্ষৰ দৰে এইবাৰো আটকধুনীয়াকৈ ১৪টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা তথা সকলোৰে পৰিচিত শুদ্ধ অসমীয়া কেঁচা সোণৰ গহনাৰ এক অন্যতম প্ৰতিষ্ঠান ডুগডুগীয়ে অষ্টম বাৰ্ষিক দুৰ্গাপূজাভাগ ২০ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈকে পাঁচদিনীয়াকৈ আয়োজন কৰিছে। আকৰ্ষণীয় পূজা মণ্ডপেৰে এইবাৰো তেওঁলোকে চমক…
Read More...