বটদ্ৰৱা থানৰ আকাশীগংগা পাৰ পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ
নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ : "বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশীগংগাৰ পাৰে পাৰে শিলেৰে সৌন্দৰ্য্যবৰ্ধন আৰু খটখটি নিৰ্মাণ তথা আকাশীগংগাৰ পাৰৰ পথটি নতুনকৈ নিৰ্মাণ কৰি তীৰ্থযাত্ৰী, পৰ্যটকৰ বাবে মুকলি কৰা হব।"- এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই বটদ্ৰৱা থানত উপস্থিত হৈ এই মন্তব্য…
Read More...