আছুৰ দখলত ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা
বিশেষ বাৰ্তা, ৯ অক্টোবৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলত আছুৰ জয়যাত্ৰা।নাহৰৰ দেশত এনে জয়যাত্ৰাত উৎফুল্লিত হৈ পৰিছে আছু। সভাপতি পদত জয়লাভ আছুৰ সমৰ্থিত প্ৰাৰ্থী ৰোহিত ৰহমানৰ। আনহাতে সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰিছে আছুৰ সমৰ্থিত প্ৰাৰ্থী হিমাংশু শংকৰ গগৈয়ে। উপসভাপতি পদত জয়লাভ আছুৰ সমৰ্থিত প্ৰাৰ্থী হিমাশীষ কলিতাৰ। ইয়াৰ…
Read More...