শিৱসাগৰত নিজ গৃহৰ ছাদত ধাৰাসাৰ গুলীচালনা পিতা-পুত্ৰৰ
🔴মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাকক্ষণত ভয়ংকৰ ঘটনা
🔴সামাজিক মাধ্যমত গুলীচালনাৰ ভাইৰেল ভিডিঅৰ পিছতেই কঠোৰ শিৱসাগৰ আৰক্ষী
নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ আগন্তুক এটা সপ্তাহৰ ভিতৰত শিৱসাগৰ-চৰাইদেউৰ কেইবাটাও গুৰুত্বপুৰ্ণ কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী- শীৰ্ষ আমোলাই অংশ গ্ৰহণ কৰিব বুলি ব্যাপক চৰ্চা চলি থকাৰ সময়তেই…
Read More...