সম্পাদকীয় : চিনেমাৰ সংৰক্ষণ
চিনেমা মূলতঃ বিনোদনৰ সামগ্রী হ’লেও সকলো ধৰণৰ চিনেমাৰ মাজতেই একো একোটা সময়ৰ একোখন সমাজৰ বহুমাত্রিক ছবি একোখন পোৱা যায়৷ সাহিত্যই সমাজৰ ছবি যিধৰণে সংৰক্ষণ কৰে, চিনেমাত সেই সংৰক্ষণ হয় তথ্যচিত্রৰ লেখীয়াকৈ৷ কলা আৰু বাণিজ্যৰ অর্থহীন ভাগ বিভাজন নকৰাকৈ কেৱল চিনেমা হিচাপে গণ্য কৰি সকলো চিনেমাকেই সংৰক্ষণ কৰিব লাগে৷ অকল সাংস্কৃতিক কাৰণতেই নহয়, ইতিহাসৰ সংৰক্ষণৰ…
Read More...