৩ জানুৱাৰীৰ পৰা ৯ ফেব্রুৱাৰীলৈ ২০২৪ চনৰ গুণোৎসৱ
বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰঃ ২০২৪ বর্ষৰ গুণোৎসৱ অহা ৩ জানুৱাৰীৰ পৰা ৯ ফেব্রুৱাৰীলৈ অনুষ্ঠিত হ’ব৷ অসম সর্বশিক্ষা অভিযানৰ মিছন সঞ্চালকে এই কথা সদৰী কৰিছে৷ ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ প্রথম পর্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব৷ প্রথম পর্যায়ৰ গুণোৎসৱত ১০খন জিলা ক্রমে বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কার্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ…
Read More...