ধুবুৰীত পিয়াঁজবাহী ট্ৰাকত চুৰি কাণ্ডক লৈ ৰহস্য
🔹 চি চি কেমেৰাত আবদ্ধ খাকী পোছাকধাৰীৰ দৃশ্য
নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : ৰক্ষকেই ভক্ষক? যোৱানিশা চিচি কেমেৰাত আবদ্ধ হোৱা ধুবুৰী চহৰৰ এটা অঞ্চলৰ এক বিশেষ ঘটনাই এতিয়া উত্থাপন কৰিছে এই প্ৰশ্নৰ। অভিযোগ অনুসৰি, যোৱানিশা বহিঃৰাজ্যৰ পৰা ধুবুৰীলৈ আহি উপস্থিত হৈছিল পিয়াঁজ পৰিবাহী এমপি-১৭এইচ এইচ-৪১৮৩ নম্বৰৰ এখন মালবাহী ট্ৰাক। নিশা ট্ৰাকখন ৰখা হৈছিল…
Read More...