অসমীয়া মুছলমানে লাভ কৰিব স্বকীয় পৰিচয়
🔹 দেশজুৰি হ’বলগীয়া জাতি জনগণনাক লৈ মুখ্যমন্ত্রী ড০ শৰ্মা
বিশেষ বাৰ্তা, ৬ জুন : ২০২৭ চনৰ মার্চ মাহৰ পৰা দেশজুৰি আৰম্ভ হ’ব লগা পৰৱর্তী জাতি জনগণনাক লৈ সৃষ্টি হোৱা চর্চাৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জাতি জনগণনাক লৈ প্রতিক্রিয়া প্রকাশ কৰিলে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত এক অনুষ্ঠানত অংশগ্রহণৰ পাছতে সাংবাদিকৰে হোৱা বার্তালাপত…
Read More...