গোৱালপাৰাৰ ব্রহ্মপুত্রৰ পাৰত আৱিষ্কাৰ বৌদ্ধযুগীয় প্রাচীন শিলালিপি
🔹 বিদ্যমান হৈ আছে শিলত কটা ধর্মচক্র–হাতীৰ চিহ্ণ
বিশেষ বাৰ্তা, ৩ জুন : এসময়ত সম্রাট অশোকৰ সাম্রাজ্যৰ অন্তর্ভুক্ত অবিভক্ত গোৱালপাৰা জিলা প্রত্ন সম্পদত অত্যন্ত চহকী৷ বৌদ্ধ যুগৰে পৰা গোৱালপাৰা অঞ্চলত অসংখ্য বৌদ্ধস্তূপ, সংঘাৰাম আৰু মন্দিৰ গঢ় লৈ উঠিছিল৷ প্রত্নতাত্ত্বিক অনুসন্ধান–খননত ইতিমধ্যে গোৱালপাৰাৰ বিভিন্ন ঠাইত বৌদ্ধযুগৰ অসংখ্য প্রত্ন সম্পদ উদ্ধাৰ…
Read More...